Posted inঅসম

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হোজাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক

হোজাই : অসম চৰকাৰৰ বন আৰু পৰিৱেশ, আৱকাৰী আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বত থকা পৰিমল শুক্লবৈদ্য শনিবাৰে হোজাই জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত যমুনামুখ, হোজাই আৰু লামডিং বিধানসভা সমষ্টিৰ বিধায়ক সকল ক্ৰমে সিৰাজ উদ্দিন আজমল, ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ উপস্থিতিত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হয়। উপায়ুক্ত […]