Posted inNews

CNG বাছ ক্ৰয় কৰি লোকচানত ভুগিছে অসমৰ পৰিবহন বিভাগে

নিউজ ডেস্কঃ প্ৰদূষণ মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ আগষ্ট মাহত CNG আৰু ইলেক্ট্রিক বাহন ক্ৰয়ৰ কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পিছৰেই পৰা অসমৰ পৰিবহন বিভাগে CNG বাছ সমূহ ক্ৰয় কৰি আছে। কিন্তু অসম পৰিবহন বিভাগটোৱে বাছ কিনাৰ অনুপাতে বৰ্তমান লৈকে লাভবান হ’ব পৰা নাই। লোকচানৰ হে সন্মুখীন হৈছে পৰিবহন বিভাগটো। দেওবাৰে মহানগৰীৰ ভি আই পি […]