Posted inঅসম

বনাঞ্চলক বেদখল মুক্ত ৰাখিবলৈ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশ

গুৱাহাটী : শিলচৰত অনুস্থিত এক পৰ্যালোচনা সভাত পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বন বিভাগৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়। কাছাৰ জিলাৰ উপায়ুক্তৰ কনফাৰেন্স গৃহত বিধায়ক, উপায়ুক্ত, মুখ্য বন সংৰক্ষক আৰু বন বল মুৰব্বী, চিচিএফ আৰু বন সংমণ্ডল বিষয়াৰ সৈতে হোৱা সভাত অধ্যক্ষতা কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে যে […]