জলবায়ুৰ পৰিবৰ্তন আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতাক লৈ সমগ্ৰ বিশ্বই উদীগ্ন হোৱাৰ সময়তে অসম চৰকাৰে বনধ্বংস অভিযানৰ নেতৃত্ব দিয়া কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । হোজাই জিলাৰ পৰা কাৰ্ব আংলং সংযোগী পথত ১৩ কিলোমিটাৰ দৈঘ্যৰ এটা অঞ্চল শালবাগান নামেৰে পৰিচিত এই শাল গছবোৰৰ বাবে । অধিকাংশ গছৰেই বয়স ৬০ ৰ পৰা ১০০ বছৰৰ পুৰণি । এতিয়া […]
Tag: Parimol suklabaidya
Posted inঅসম