সোণাৰিঃ অসমীয়া গীতি-কাব্য সাহিত্যৰ অন্যতম স্ৰষ্টা তথা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিৱস। কৰোণাকালীন পৰিস্থিতিৰ বাবে “জোনাকী মেল”ৰ স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰিব পৰা হোৱা নাই যদিও প্ৰতিজন সংস্কৃতিৱান অসমীয়াই আজি ঘৰতে থাকি সোঁৱৰণ কৰিছে “সোণালীপাম”ৰ বাসিন্দা গৰাকীক। কাৰণ, চতুৰ্থ খন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ৰ নিৰ্মাতা পাৰ্বতি প্ৰসাদ বৰুৱা আজি আমাৰ […]