মাজ আকাশতে লাগিল কাজিয়া, তাৰ পিছত মাৰপিট! যোৱা ২৭ ডিচেম্বৰত বেংককৰ পৰা কলকাতা অভিমুখী এখন বিমানত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। উক্ত ঘটনাটো থাই স্মাইল এয়াৰৰ বিমানত সংঘটিত হৈছিল। ভাইৰেল ভিডিঅ’টোত এগৰাকী বিমান সেৱিকাই দুজন লোকক যুঁজৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা দেখা গৈছে। পাব্লিক এনাউন্সমেন্ট চিষ্টেমৰ […]