Posted inঅসম

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ দেহাৱসান

গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক দাৰা আহমেদৰ দেহাৱসান। দেওবাৰে বুকুৰ বিষত ভুগি অসুস্থ হৈ পৰা পৰিচালক গৰাকীক মহানগৰীৰ এ’প’ল হস্পিতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় । অৱশেষত সোমবাৰে পুৱা এ’প’ল হস্পিতালত পৰিচালকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ বয়স। আৰু পঢ়কঃইমান দিনে চকু মুদা কুলিৰ ভাও ধৰা […]