Posted inNews

মহানগৰীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে

শ্বাহৰুখ খান অভিনীত পাঠানৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে মহানগৰীৰ নাৰেংগীত ছবিখনৰ পোষ্টাৰ জ্বলালে বজৰং দলৰ কৰ্মীয়ে। দেশৰ আন প্ৰান্তৰ দৰে অসমত প্ৰতিবাদ তীব্ৰ নাছিল যদিও শুকুৰবাৰে সন্ধিয়া বজৰং দলৰ কৰ্মীসকলে অহা সপ্তাহত মুক্তি পাব লগীয়া ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নাৰেংগীৰ গোল্ড চিনেমা হলত তাণ্ডৱ সৃষ্টি কৰে। কৰ্মীসকলে ছবিখনৰ পোষ্টাৰখন ছিঙি জুই লগাই দিয়ে। ইয়াৰ […]