শশাংক তালুকদাৰ, পাঠশালা: যি সময়ত নিবনুৱা সমস্যাই সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে আৰু যুৱক-যুৱতীসকলে জীৱিকাৰ বাবে সংগ্ৰাম কৰি আছে, সেই সময়তে একাংশ যুৱক-যুৱতীয়ে YouTube-ৰ জৰিয়তে জীৱিকা অৰ্জনৰ পথ বিচাৰি লৈছে৷ তেনে এজন যুৱক হৈছে বজালী জিলাৰ পাঠশালাৰ দীপাংকু ভৰালী। নিজৰ দুটা YouTube চেনেলত দীপাংকুয়ে বিভিন্ন পৰ্যটনস্থলী আৰু দেশ-বিদেশৰ বিভিন্ন তথ্য শ্বেয়াৰ কৰে। ব্যক্তিগতখণ্ডৰ কোম্পানীত মাহে ৮ হাজাৰ টকা […]