শিৱসাগৰঃ জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী ৰিতুমণি হাজৰিকাৰ চিকিৎসাৰ দায়িত্ব ল’লে সাংসদ তপন কুমাৰ গগৈয়ে। সমস্ত চিকিৎসাৰ খৰছ বহন কৰাৰ লগতে সাংসদ তপন কুমাৰ গগৈয়ে নাৰ্চিং হোমত থকা-খোৱাৰ খৰছৰ বাবে পঞ্চাশ হাজাৰ টকাও সাহাৰ্য্য আগবঢ়াই পৰিয়ালটোলৈ। স্নাতক ডিগ্ৰীধাৰী মেধাৱী ছাত্ৰীগৰাকী দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ৰিতুমণিক প্ৰাথমিক চিকিৎসা কৰাই […]