Posted inঅসম

জটিল ৰোগত আক্ৰান্ত হাঁহচৰাৰ ৰিতুমণি হাজৰিকাৰ চিকিৎসাৰ দায়িত্ব ল’লে সাংসদ তপন কুমাৰ গগৈয়ে

শিৱসাগৰঃ জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী ৰিতুমণি হাজৰিকাৰ চিকিৎসাৰ দায়িত্ব ল’লে সাংসদ তপন কুমাৰ গগৈয়ে। সমস্ত চিকিৎসাৰ খৰছ বহন কৰাৰ লগতে সাংসদ তপন কুমাৰ গগৈয়ে নাৰ্চিং হোমত থকা-খোৱাৰ খৰছৰ বাবে পঞ্চাশ হাজাৰ টকাও সাহাৰ্য্য আগবঢ়াই পৰিয়ালটোলৈ। স্নাতক ডিগ্ৰীধাৰী মেধাৱী ছাত্ৰীগৰাকী দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ৰিতুমণিক প্ৰাথমিক চিকিৎসা কৰাই […]