Posted inNews

এছিয়া কাপ বৰ্জন কৰিব নেকি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে! বৰ্জন কৰাৰ ভাবুকি PCB ৰ

নিউজ ডেস্ক: এতিয়া যিমানেই এছিয়া কাপৰ প্ৰতিযোগিতাৰ দিন চমু চাপি আহিছে সিমানেই অনিশ্চয়তাত ভুগিছে পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডে। এইবাৰৰ এছিয়া কাপৰ আয়োজক দেশ আছিল পাকিস্তান। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু এছিয়ান টুৰ্ণামেণ্টখন নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল। ইয়াৰ পিছতেই পাকিস্তান ক্ৰিকেট ব’ৰ্ডে […]