Posted inNews

মণিপুৰত শান্তি প্ৰক্ৰিয়া : চুক্তি স্বাক্ষৰ ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ আধাৰত আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত উগ্ৰপন্থী কাৰ্যকলাপৰ অন্ত পেলোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰ উদ্দেশ্যে একাধিক চুক্তি স্বাক্ষৰ কৰে ভাৰত চৰকাৰে।