Posted inঅসম

পেগাছাচ স্পাইৱেৰৰ তালিকাত সম্মুজ্বল কুমাৰ ভট্টচাৰ্য আৰু নেতা অনুপ চেতিয়াৰ নাম

নিউজ ডেস্ক :যোৱা কিছুদিন ধৰি বিশ্বজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰি অহা পেগাছাচ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰ তালিকাত শেহতীয়াভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সম্মুজ্বল কুমাৰ ভট্টচাৰ্য আৰু আলফাৰ আলোচনাপন্থী গোটৰ নেতা অনুপ চেতিয়াৰ নাম থকাৰ কথা পোহৰলৈ আহিছে। The Wire-ত প্ৰকাশ পোৱা মতে, ইজৰাইলী কোম্পানী NSO-ৰ চোৰাংচোৱা প্ৰযুক্তিৰ চিকাৰ হোৱা ৩০০ টা ভাৰতীয় লোকৰ ফোন নম্বৰৰ […]