Posted inঅসম

গুৱাহাটীত অ’লা উবেৰ সলনি আগষ্টৰ পৰা পে-ইন্ডিয়া

বহুজাতিক কোম্পানী অ’লা–উবেৰ কর্তৃপক্ষই বছৰৰ পাছত বছৰ ধৰি কেবচালকসকলক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সদৌ গুৱাহাটী কেবচালক সন্থাই অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ সিদ্ধান্ত গ্রহণ কৰে ৷ কেবচালক সন্থাই অ’লা–উবেৰ কর্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও অ’লা–উবেৰ কর্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ গুৱাহাটী মহানগৰীত অ’লা আৰু উবেৰত প্রায় […]