Posted inNews

৪ জানুৱাৰীত অসম গ্ৰন্থমেলা  প্ৰাংগনত “জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী(ক্লাইফাই): সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা” শীৰ্ষক আলোচনাচক্ৰ

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সম্পৰ্কিত বিষয়বোৰে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ত্ব লাভ কৰাৰ লগে লগে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী(ক্লাই-ফাই) সমূহো জনপ্ৰিয় হৈ উঠিছে। জলবায়ু পৰিৱৰ্তনৰ বিবিধ বিষয়ক কেন্দ্ৰ কৰি ৰচনা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনীসমূহ(ক্লাই-ফাই)ৰ বিষয়ে অসমতো আলোচনা আৰম্ভ কৰাৰ বাবে আৰু এই ধাৰাটোলৈ ভাৰতীয় লেখক-ঔপন্যাসিকসকলে কেনে ধৰণৰ অৱদান আগবঢ়াইছে, […]