Posted inঅসম, মুখ্যপৃষ্ঠা

ৰাজ্যজুৰি ২৭ ফেব্ৰুৱাৰীত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী সভা

নিউজ ডেস্কঃ নতুন পেন্সন আঁচনি বাতিল কৰা দাবীত ২৭ ফেব্ৰুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্রধান দিলীপ কলিতাই শুক্ৰবাৰে প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে, কেইবাবছৰ ধৰি পৰিষদটোৱে ৰাজ্যিক কৰ্মচাৰীৰ সমস্যাসমূহ আন্দোলন, প্রতিবাদৰ পৰিবৰ্তে চৰকাৰৰ সৈতে আলোচনাৰ মাজেৰে সমাধানৰ কৰাৰ বাবে চেষ্টা কৰি […]