Posted inঅসম

How to: ঘৰতে বহি ম’বাইলৰ সহায়েৰে PRC(Permanent Resident Certificate)কেনেকৈ আবেদন কৰিব পাৰিব?

নিউজ ডেস্কঃ PRC(Permanent Resident Certificate) অৰ্থাত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন নিৰ্দিষ্ট ৰাজ্যৰ এজন ব্যক্তিৰ স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ। অসম চৰকাৰে প্ৰদান কৰা এইখন এখন গুৰুত্বপূৰ্ণ নথি। উচ্চ শিক্ষা লাভকে ধৰি কিছুমান চৰকাৰী চাকৰিত আবেদনৰ ক্ষেত্ৰত PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অবিহনে আবেদন কৰিব নোৱাৰে।  PRC ত আবেদন কৰিবলৈ হ’লে আবেদনকাৰী এজন ভাৰতীয় নাগৰিক হ’ব লাগিব, আবেদনকাৰীৰ অভিভাৱক বা […]