Posted inঅসম

লখিমপুৰত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক: সমগ্ৰ দেশৰ লগতে অসমতো পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জ্বলা-ক’লা খুৱাইছে। লখিমপুৰত আজি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই প্ৰতিবাদত সাব্যস্ত কৰে। সংগঠনটোৰ সদস্য সকলে লখিমপুৰ নগৰৰ মাজ মজিয়াত যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰখনক ‘তেজপিয়া চৰকাৰ’ বুলি অভিহিত কৰি চৰকাৰখনে জনসাধাৰনৰ টেটু চেপি ধৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে […]