Posted inমুখ্যপৃষ্ঠা

প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পালে ৩৫ টকাকৈ

নিউজ ডেস্কঃ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান সময়ত অতি বেয়া। যাৰ ফলত সকলো সামগ্ৰীৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। চুবুৰীয়া ৰাষ্ট্ৰখনত বৰ্তমান এনে সময় আহিছে যে এক লিটাৰ পেট্ৰ’লতেই বৃদ্ধি পাইছে ৩৫ টকাকৈ। ইফালে, প্ৰতিলিটাৰ ডিজেলতো একেধৰণে ৩৫ টকাকৈ বৃদ্ধি পাইছে। পাকিস্তানত এই নতুন মূল্য প্ৰযোজ্য হ’ব ২৯ জানুৱাৰীৰ পৰা। দেশখনৰ বিত্ত মন্ত্ৰীগৰাকীয়ে পেট্ৰ’ল, ডিজেলৰ […]