Posted inঅসম

জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্কঃ শুকুৰবাৰে পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ’ল -ডিজেলৰ মূল্য। দেশৰ ১৫ খন ৰাজ্যত বৰ্তমান ১০০ টকাৰ ওপৰত বিক্ৰী হৈছে পেট্ৰ’ল। ইফালে অসমৰো কেইবাখনো জিলাত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখানা, কৰিমগঞ্জত পেট্ৰলৰ মূল্য ১০০ টকাৰ অতিক্ৰম কৰিছে। কামৰূপ(মেট্ৰ’)ত পেট্ৰ’লৰ মূল্য ৯৭.৩৪টকা, ডিজেলৰ ৮৯.২২টকা, এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ ১০১.৬৫টকা। যোৰহাটত পেট্ৰ’লৰ মূল্য ৯৭.৭৫টকা, […]