টীয়ক: অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ সময়ত আজি পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ’ল ডিজেলৰ ওপৰত থকা কেন্দ্ৰীয় শুল্ক আৰু ভেট পৰিহাৰ কৰা ফলত পেট্ৰ’ল ডিজেলৰ দাম হ্ৰাস পায়। বৰ্তমান পেট্ৰলত ৭ টকা আৰু ডিজেলত ১২ টকাকৈ মূল্য হ্ৰাস পোৱাত ৰাইজে যথেষ্ট পৰিমাণে সকাহ লাভ কৰিছে । টীয়কত আজিৰ দিনটোত পেট্ৰলৰ […]