Posted inদেশ-বিদেশ

পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

নিউজ ডেস্কঃ দেশত হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে পে’ট্ৰল-ডিজেলৰ মূল্য। সোমবাৰে তৈল কোম্পানীবোৰে পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। প্ৰতি লিটাৰ পে’ট্ৰলত ২৯ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে ৩০পইচাকৈ। ইয়াৰ পূৰ্বে দুদিন আগতে অর্থাৎ শুকুৰবাৰ আৰু শনিবাৰেও বৃদ্ধি পাইছিল পে’ট্ৰল-ডিজেলৰ মূল্য। ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৯৬.৪১ টকা, আনহাতে ডিজেলৰ মূল্য হৈছেগৈ […]