গুৱাহাটীঃ অসমত পুনৰ পিএফআই নেতা–কৰ্মী আটক। অসমৰ আঠখন জিলাৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ২৫জন পিএফআই নেতা–কৰ্মী। ইয়াৰে ভিতৰত কামৰূপ জিলাৰ পৰা ৫জন, গোৱালপাৰাৰ পৰা ১০জন, কৰিমগঞ্জৰ পৰা এজন, ওদালগুৰিৰ পৰা এজন, দৰঙৰ পৰা এজন, ধুবুৰীৰ পৰা তিনিজন, বৰপেটাৰ পৰা দুজন আৰু বাক্সাৰ পৰা দুজনক আটক। উল্লেখ্য যে, ২৩ছেপ্তেম্বৰতো আৰক্ষীয়ে চাৰিজন কামৰূপ (গ্ৰাম্য) জিলাৰ নগৰবেৰাৰ, […]