Posted inদেশ-বিদেশ

১২-১৫বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত ফাইজাৰ-বায়’এনটেকৰ কভিড-১৯ প্রতিষেধকৰ অনুমোদন

নিউজ ডেস্কঃ ব্রিটেইনৰ ঔষধ নিয়ন্ত্রকে ফাইজাৰ আৰু বায়’এনটেকে প্ৰস্তুত কৰা কভিড-১৯ প্রতিষেধক ১২ৰ পৰা ১৫বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিষয়টোত অনুমোদন জনাইছে। আমেৰিকা আৰু ইউৰোপীয় সংঘইও ইতিমধ্যে এই বিষয়টোত অনুমতি প্রদান কৰিছে।আমেৰিকাত ১২-১৫ বয়সৰ শিশুক প্ৰতিষেধক দিয়া আৰম্ভ কৰা হৈছে। আৰু পঢ়কঃযোৱা ২ মাহৰ ভিতৰত সৰ্বনিম্নলৈ নামিল দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা এই মাহতে ফ্ৰান্স […]