Posted inঅসম

প্রবীণ অভিনেতা, সমাজকৰ্মী ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ দেহাৱসান

গুৱাহাটীঃ বজালী জিলাৰ সৰুপেটাৰ বিশিষ্ট নাগৰিক , অভিনেতা সমাজকৰ্মী তথা প্রবীণ কংগ্ৰেছ নেতা ফণীন্দ্র কুমাৰ চৌধুৰীৰ বৃহস্পতিবাৰে নিশা ১০বাজি ৩০মিনিটত গুৱাহাটীৰ বীৰকুছিৰ বিহগী নগৰত একমাত্ৰ পুত্ৰ সন্তান দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ বাসগৃহত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা চৌধুৰীয়ে সত্তৰ দহকত সৰুপেটাত যাত্ৰা পাৰ্টিৰ […]