গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফিটা কাটি নতুন গৃহ নিৰ্মাণৰ শুভ উদ্বোধন কৰে। বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ পবিত্ৰ কুমাৰ বড়োৰ উপস্থিতিত নিজ কাউৰবাহা খণ্ড প্ৰাথমিক […]