Posted inদেশ-বিদেশ

ডানিছ চিদ্দিকীসহ ভাৰতৰ ৪ গৰাকী ফটো সাংবাদিকলৈ ২০২২ বৰ্ষৰ পুলিৎজাৰ বঁটা

নিউজ ডেস্ক: আফগানিস্তানত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা ফটো সাংবাদিক ডানিছ চিদ্দিকীক মৰণোত্তৰভাৱে পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে। ডানিছৰ লগতে চাৰিজন ভাৰতীয়ক প্ৰদান কৰা হৈছে ২০২২ বৰ্ষৰ পুলিৎজাৰ বঁটা। সোমবাৰে পুলিৎজাৰ বঁটাৰ ফিচাৰ ফটোগ্ৰাফী শিতানত ভাৰতৰ ডানিছ চিদ্দিকী, আদনান আবিগি, ছানা ইৰশাদ মাট্টু আৰু অমিত ডেভৰ নাম ঘোষণা কৰা হয়। তেওঁলোক আটাইকেইজন সংবাদ এজেন্সি ‘ৰয়টাৰ্ছ’ৰ ফটো […]