Posted inঅসম

নিমাতীত বনভোজৰ উদুলী মুদুলী পৰিৱেশ

নিমাতী : এদিন দুদিনকৈ শেষ হ’বলৈ মাত্ৰ কেইটামান দিন থকা বছৰটোৰ শেষৰ দেওবাটোত নিমাতী ঘাটত পুৱতি নিশাৰে পৰা বনভোজৰ লানি নিছিগা ভীৰ। বাৰিষা ব্ৰহ্মপুত্ৰৰ ফেনেফুটুকাৰে ওফন্দি অহা আৰু দুখে কুলাই পাচিৰে নধৰা স্থানসমূহতে খৰালী শুকুলা বালিময়হৈ পৰা প্ৰকৃতিক পৰিৱেশলৈ বিভিন্ন স্থানৰ পৰা ঢাপলি মেলে বনভোজ প্ৰেমী দল৷ চাৰিওফালে মনোমোহা পৰিৱেশত সকলোৱে যান্ত্ৰিক জীৱনৰ অৱসান ঘটাই […]