Posted inঅসম

লখিমপুৰৰ বগীনদীত ছোৱাইন ফিভাৰ বিভীষিকা; বৈদ্যুতিক শ্বক দি নিধন ৫০ৰো অধিক গাহৰি

লখিমপুৰ, পল্লৱ মিলি: গাহৰি পালকসকলৰ বাবে অশনি সংকেত কঢ়িয়াই লখিমপুৰৰ বগীনদীত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসাৰ লখিমপুৰ জিলা বিভাগে বগীনদীৰ ৰংপুৰীয়া গাঁওত ৫০ টাতকৈ অধিক গাহৰি নিধন কৰাৰ লগতে ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলত কটা গাহৰি মাংস আৰু গাহৰি কিনা-বেচা […]