নিউজ ডেস্ক: ইতিসাহ সৃষ্টি কৰি দুমাহ পূৰ্বে সফলতাৰে গাহৰিৰ কলিজা সংৰোপিত হোৱা প্ৰথম গৰাকী ব্যক্তি ডেভিড বেনেটৰ মৃত্যু ঘটিছে। বুধবাৰে লোকজনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা আমেৰিকাৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলে এক বিজ্ঞপ্তিৰ জৰিয়তে যোৱা ৮ মাৰ্চত ৫৭ বছৰীয়া বেনেটৰ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৭ জানুৱাৰীত উনিভাৰ্ছিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলত […]