Posted inঅসম

জলসম্পদ বিভাগৰ কামত আপোচ কৰা ঠিকাদাৰক মন্ত্ৰী পীযুষ হাজৰিকাৰ সকীয়নি

গুৱাহাটী: ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত আগন্তুক বাৰিষাৰ সময়ত বানপানী প্ৰতিৰোধৰ বাবে বিভাগীয় প্ৰস্তুতি বিষয়ক এখন পৰ্যালোচনা বৈঠকত অংশ লয় | বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ড0 জীৱন বি আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে অধীক্ষক অভিযন্তা তথা সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাৰ পৰা জিলাভিত্তিত […]