Posted inNews

শাক-পাচলিত কীটনাশক ধৰা পেলাবলৈ অসমত নাই কোনো ব্যৱস্থা

নিউজ ডেস্কঃ শাক-পাচলিত কীটনাশক দ্ৰব্যৰ পৰিমাণৰ উপস্থিতি ধৰা পেলাবলৈ অসম চৰকাৰৰ কৃষি বিভাগৰ ওচৰত নাই কোনো পৰ্যাপ্ত ব্যৱস্থা। যাৰ বাবে এতিয়া কৃষি বিভাগে ভাবা আণবিক গবেষণা কেন্দ্ৰলৈ প্ৰয়োজনীয় কীট বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। শেহতীয়া ভাবে অধিবক্তা সীমা ভূঞাই উৎপাদিত কৃষি সামগ্ৰীত অধিক পৰিমাণে কীট নাশক ব্যৱহাৰ ফলত জনস্বাস্থ্যৰ প্রতি ভাবুকি অহাত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন […]