Posted inঅসম

লখিমপুৰৰ তাৰিয়নিত বজাৰৰ অভাৱত বাৰীতে পঁচিছে আনাৰস

লখিমপুৰ: মহামাৰী কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰতো যোৱা ৭ জুলাইৰ পৰা অব্যাহত আছে সম্পূর্ণ কন্টেইনমেন্ট জ’ন । এনে পৰিপ্ৰেক্ষিতত লখিমপুৰৰ বগীনদী তাৰিয়নীৰ দুই শতাধিক পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। তাৰিয়নীৰ বৃহত্তৰ অঞ্চলৰ লোকসকলৰ একমাত্ৰ উপাৰ্জনৰ উৎস আনাৰসৰ খেতি। এই আনাৰসৰ খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়ে গাঁৱখনৰ লোকে। প্ৰতিটো পৰিয়ালৰে আছে ১০-১২ বিঘাকৈ আনাৰসৰ […]