Posted inঅসম

লণ্ডন অলিম্পিকত শিখা বহনকাৰী পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিলে নিযুক্তি পত্ৰ

নিউজ ডেস্কঃ ২০১২চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতৰ হৈ শিখা কঢ়িওৱাত অংশ লৈছিল অসমৰ পিংকী কৰ্মকাৰে। লণ্ডনৰ পৰা নিজ ৰাজ্যলৈ ঘূৰি আহোতে বিমান বন্দৰৰ পৰা পিংকীক মুখ্যমন্ত্ৰীৰ কনভয়ৰ দ্বাৰা বিমানবন্দৰৰ পৰা ঘৰলৈ অনা হৈছিল।  সেই পিংকীয়ে পিছলৈ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে দিন কটাবলগীয়া হৈছিল। অৰ্থৰ অভাৱত শিক্ষা জীৱন আধাতে এৰি দিবলগীয়া হৈছিল । নামভৰ্তিৰ বাবে বিভিন্নজনৰ পৰা […]