Posted inঅসম

বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে অভিভাৱক মন্ত্ৰীৰূপে বিশ্বনাথ জিলা ভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশ লয়। সাংসদ পল্লৱ লোচন দাস আৰু জিলাখনৰ অন্তৰ্গত সমষ্টিসমূহৰ বিধায়কসকলৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত তথা আন বিভাগীয় বিষয়াৰ পৰা […]