Posted inNews

দেশৰ ২য় সর্ববৃহৎ অভাৰব্রিজ নিৰ্মাণ হ’ব শীঘ্ৰে: পীযূষ হাজৰিকা

নিউজ ডেস্ক- কালি অনুস্থিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ৮৫২.৬৮ কোটি টকা ব্যয়ৰে ভাৰতৰ দ্বিতীয়খন সৰ্ববৃহৎ অভাৰ ব্ৰীজ এলিভেটেড কৰিডৰ নিৰ্মাণত অনুমোদন জনায়। উল্লেখ্য যে, ২০২৩-২৪ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুজিঁৰ অধীনত জি এন বি ৰোডত দীঘলীপুখুৰীৰ পৰা এফ চি আই গুদামৰ কাষত নুনমাটিৰ দিশলৈ ৪ লেনযুক্ত এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰা হ’ব। ৰাজ্য চৰকাৰে প্ৰস্তাৱিত কৰা এই এলিভেটেড […]