ছিপাঝাৰঃ গৰুখুটীৰ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে। মন্ত্ৰী গৰাকীয়ে কয়, “আনন্দ দাস নামৰ এজন অসমীয়া ব্যক্তিক সন্দেহযুক্ত নাগৰিকে এই অঞ্চলত হত্যা কৰোতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই কিয় নিজৰ চাৰ্ট নুখুলিলে | “ লগতে মন্ত্ৰী গৰাকীয়ে আমছুকো তীৰ্যক সমালোচনা কৰে। ‘আমছু হৈছে অসমীয়াৰ শত্ৰু’। ‘আমছুত […]