Posted inউত্তৰ-পূৱ

গুৱাহাটীৰ জনপ্ৰিয় ৰেষ্টুৰেন্ট ‘Piazza’লৈ ২০২২ বৰ্ষৰ ‘Best Standalone Restaurant 2022-East’ বঁটা

গুৱাহাটীঃ গুৰুগ্ৰামৰ The Leela Ambienceত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ‘ET Hospitality World Restaurants and Nightlife Awards’ অনুষ্ঠানত গুৱাহাটীস্থিত ৰেষ্টুৰেণ্ট ‘Piazza’ এ ২০২২ বৰ্ষৰ ‘Best Standalone Restaurant 2022-East’  বঁটা লাভ কৰে। এক কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু বাৰসমূহক নিৰ্বাচন কৰা হয় আৰু শ্ৰেষ্ঠ খনক এই স্বীকৃতি প্ৰদান কৰা হয়। নগালেণ্ডৰ কেৰেন য়েপথ’মিৰ বিখ্যাত Dzukou Tribal […]