Posted inদেশ-বিদেশ

ৰাছিয়াত বিমান দুৰ্ঘটনা, ১৬জনৰ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ

ৰাচিয়াত বিমান দূৰ্ঘটনাত ১৬ জন যাত্ৰী নিহত হয় । ৰাছিয়াৰ টাতাৰস্তান অঞ্চলত ২৩ লোকসহ যাত্ৰা কৰা বিমান খন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ১৬জন লোকৰ মৃত্যু হয়। আনহাতে, ৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। জৰুৰীকালীন মন্ত্ৰণালয়ে কয় যে ৰাছিয়ান বিমান L-410 Turbolet–এ টাতাৰস্তান গণৰাজ্যৰ ওপৰেৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্তহয়। দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট […]