নিউজ ডেস্ক: দেওবাৰে নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত যাত্ৰা কৰা ২০ জন লোকৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্দাৰ কৰিছে। আজি উদ্ধাৰকাৰী দলে বিমানখনৰ দুৰ্ঘটনাস্থলীৰ পৰা ২০টা মৃতদেহ উদ্ধাৰ কৰে। কাঠমাণ্ডু প’ষ্ট সংবাদপত্ৰখনত এই তথ্য প্ৰকাশ পাইছে। উল্লেখযোগ্য যে কানাডাত নিৰ্মিত বিমানখনে দেওবাৰে নেপালৰ পোখাৰা মহানগৰৰ পৰা মধ্য নেপালত অৱস্থিত পৰ্যটন নগৰ জামচাম অভিমুখে ২২ গৰাকী যাত্ৰী কঢ়িয়াই […]