নিউজ ডেস্কঃ নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপি কাৰ্যনিৰ্বাহকৰ সভা মঙলবাৰে সামৰণি পৰে। দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰি বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে বিজেপিৰ কৰ্মী আৰু নেতাক উদ্দেশ্যি কৰি কয় যে, আমাৰ হাতত মাত্ৰ ৪০০ দিনহে বাকী আছে আগন্তুক নিৰ্বাচনৰ (লোকসভা নিৰ্বাচন) বাবে আৰু আমি জনসাধাৰণৰ সেৱাৰ বাবে সকলো কৰিব লাগিব। লগতে […]