Posted inদেশ-বিদেশ

জাপানৰ বস্ত্ৰ কোম্পানি Uniqlo-ৰ CEO-ৰে প্ৰধান মন্ত্ৰী মোদীৰ আলোচনা

নিউজ ডেস্ক: কোয়াড সামিটত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বস্ত্ৰ কোম্পানি Uniqlo-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া Tadashi Yanaiক সাক্ষাৎ কৰি ভাৰতত প্ৰতিষ্ঠানটোৰ বিনিয়োগ সম্পৰ্কে এক আলোচনাত মিলিত হয়। বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰি এই কথা সদৰী কৰে। উক্ত আলোচনাত ভাৰতত Uniqlo-ৰ বৰ্ধিত চাহিদা আৰু পি এল আই আঁচনিৰ অধীনত বস্ত্ৰ খণ্ডত বিনিয়োগৰ সুবিধাসমূহৰ […]