Posted inমুখ্যপৃষ্ঠা

নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠক সম্পন্ন

নিউজ ডেস্ক – কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত গুৰুত্বপূৰ্ণ নীতিগত বিষয়সমূহৰ ওপৰত মত বিনিময় কৰাৰ অৰ্থে আজি অনুষ্ঠিত হৈ যায় নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হৈছে নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠক। নীতি আয়োগৰ শীৰ্ষ সংস্থা পৰিচালনা পৰিষদৰ বৈঠকত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট […]