নিউজ ডেস্ক- আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ ওপৰত আধাৰিত। এই কথা তেওঁ চিডনীৰ কুডছ বেংক এৰেনাত আয়োজিত এক অনুষ্ঠানত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি উল্লেখ কৰে। প্ৰধানমন্ত্রী মোদীয়ে ভাষণত কয় যে ইয়ালৈ আহি বিদেশী ভাৰতীয়সকলৰ সৈতে সংযোগ স্থাপন কৰাটো অত্যন্ত আনন্দৰ বিষয়। তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী […]