Posted inদেশ-বিদেশ

‘কেপ্তেইন ফেন্টাষ্টিক’ ছিৰিজৰ মুক্তিৰ পিছত সুনীল ছেত্ৰীক মোদীৰ অভিনন্দন

নিউজ ডেস্ক: বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা (FIFA)-এ কিংবদন্তি ভাৰতীয় ফুটবলাৰ সুনীল ছেত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা তিনিটা খণ্ডৰ ধাৰাবাহিক ‘কেপ্তেইন ফেণ্টাষ্টিক’ৰ ৰিলিজৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ফুটবলাৰ গৰাকীক অভিনন্দন জনায়। ধাৰাবাহিকখনৰ বাবে ছেত্ৰীক অভিনন্দন জনাই প্ৰধান মন্ত্ৰী মোদীয়ে টুইট কৰি কয়, ‘‘খুব ভাল সুনীল ছেত্ৰী! ইয়াৰ ফলত ভাৰতত ফুটবলৰ জনপ্ৰিয়তা নিশ্চিতভাৱে বৃদ্ধি পাব।’ ফিফাই […]