নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য কল্যাণ আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে প্রধানমন্ত্রী আবাস যোজনা- গ্রামীণ। ২০১৬ চনত অসমত এই আঁচনি ৰূপায়ণ কৰি বৰ্তমানলৈকে ১১,৬৩,৪৭১ টা গৃহৰ নির্মাণ সম্পূর্ণ কৰা হৈছে বুলি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত […]