Posted inদেশ-বিদেশ

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অসমৰ মুখ্যমন্ত্ৰীলৈ উপহাৰ স্বৰূপে পঠালে ২০০কিলো আম

গুৱাহাটীঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই  দেশখনৰ বিখ্যাত আম্ৰপালী আম উপহাৰ স্বৰূপে পঠালে অসমৰ মুখ্যমন্ত্ৰীলৈ। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মোঃ তানভিৰ মনচুৰে শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ হাতত উপহাৰটো প্ৰদান কৰে। ৰাজ্যখনৰ এগৰাকী আদৰ্শ ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০০ কিলো আম প্ৰেৰণ কৰিছে। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী শ্বেখ […]