Posted inঅসম

পবিতৰা ভ্ৰমণ জি ২০ সন্মিলনৰ প্ৰতিনিধিৰ

জি 20 সন্মিলনত অংশগ্ৰহণ কৰা বিদেশী ৰাষ্ট্ৰৰ ৩১ জনীয়া প্ৰতিনিধি দল এটা আজি পুৱা ৭.৩০ বজাত পবিতৰা অভয়াৰণ্যত উপস্থিত হয়। পুৱাৰ ভাগত উপস্থিত হোৱা দলটোৱে পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ ভিতৰত প্ৰৱেশ কৰে। হাতী আৰু জীপ চাফাৰীৰে পবিতৰাৰ গড়, ম’হ,পৰিভ্ৰমী চৰাইৰ মুক্ত বিচৰণ চাবলৈ আজি পবিতৰাত উপস্থিত হয় দলটো। দলটোক সহযোগ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। […]