Posted inঅসম

ব’হাগ বিহুৰ সমান্তৰালকৈ আজিৰেপৰা তাই বৌদ্ধ ধৰ্মী লোকসকলে পাল কৰিছে পয় চাংকেন উৎসৱ

সোণাৰি: আজি ব’হাগ বিহুৰ প্ৰথমটো দিন গৰু বিহু পালন কৰিছে ৰাজ্যবাসীয়ে। অসমীয়াৰ অতিকৈ আপোন ব’হাগ বিহুৰ সমান্তৰালকৈ তাই বৌদ্ধ লোকসকলে অনুষ্ঠিত কৰিছে ”পয় চাংকেন” উৎসৱ। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেইটামান সৰু সৰু তাই জনগোষ্ঠী তাই ফাকে , তাই খাময়াং , তাই আইতন, তাই তুৰুং, তাই খামটিৰ লগতে চিংফৌ সকলে উদযাপন কৰিছে পয় চাংকেন […]