মাজুলীঃ মাজুলীৰ দেওদিয়াতি গাঁৱত আৰক্ষীক আক্ৰমণ। দাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাই বাবুল হাজৰিকা নামৰ লোকজনে। জানিব পৰা মতে, দেওদিয়াটি গাঁৱৰ বাবুল হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছিল। সেই গোচৰৰ ভিত্তিতে আৰক্ষীৰ এটা দলে বাবুল হাজৰিকাক আটক কৰিবলৈ নিশাৰ ভাগত বাবুল হাজৰিকাৰ ঘৰত উপস্থিত হয়। আৰু পঢ়কঃপুনৰ কাৰ্বি আংলংত জব্দ প্ৰায় […]