Posted inমুখ্যপৃষ্ঠা

১৪৪ নহয়, ১৬০ টা সমষ্টিয়ে নিদ্ৰা হৰিছে বিজেপিৰ

ৰংমন দাস হঠাৎ বিজেপিৰ মিছন ১৪৪ ত তীব্ৰ জোকাৰণি। বৰ্তমান হাতত নথকা ১৪৪ টা সমষ্টিৰ উপৰি আন ১৬ টা সমষ্টিয়েও নিদ্ৰা হৰিছে শাসকীয় বিজেপিৰ। ২০২৪ ৰ লোকসভা নিৰ্বাচন সমাগত। এনে পৰিস্থিতিত নিজৰেই গৃহৰাজ্য হিমাচলতেই শোচনীয় পৰাজয়ৰ মুখামুখি হৈছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। তাৰ লগে লগে বিহাৰ আৰু মহাৰাষ্ট্ৰতো হোৱা ব্যাপক ৰাজনৈতিক সমীকৰণ সলনিয়ে বিজেপিৰ […]