Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

পুনম পাণ্ডেৰ স্বামী ছেম ব’ম্বেক গ্ৰেপ্তাৰ, অভিনেত্ৰী গৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ

নিউজ ডেস্কঃ পুনম পাণ্ডে বিভিন্ন কাৰণত সংবাদ মাধ্যমৰ এগৰাকী চৰ্চিত অভিনেত্ৰী তথা মডেল। কেতিয়াবা যদি নগ্ন ফটো শ্বেয়াৰ কৰি চৰ্চিত হৈছে কেতিয়াবা আকৌ নিজৰ বাথৰুমৰ ভিডিঅ’ শ্বেয়াৰ কৰি ভাইৰেল হৈছে । কেতিয়াবা আকৌ ভাইৰেল হৈছে ভগৱান বিষ্ণুৰ শৰীৰত শচীন টেণ্ডুলকাৰৰ ফটো লগাই কাষতে নগ্ন হৈ প’জ দিয়া পুনমৰ ফটো। কিন্তু এইবাৰ ঘৰুৱা হিংসাৰ বলী হৈ […]