Posted inNews

বৰ্তমান চীনতকৈ সৰ্বাধিক জনবহুল দেশ ভাৰত

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)ৰ শেহতীয়া তথ্য অনুসৰি চীনতকৈ ২৯ লাখ জনসংখ্যা বেছি থকা ভাৰত বৰ্তমান বিশ্বৰ সৰ্বাধিক জনবহুল দেশ। বুধবাৰে প্ৰকাশিত ‘৮ বিলিয়ন লাইভছ, ইনফিনিট পচিবিলিটিজ: দ্য কেছ ফৰ ৰাইটছ এণ্ড চয়ছ’ শীৰ্ষক ইউএনএফপিএৰ (UNFPA) ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট, ২০২৩ ত কোৱা হৈছে যে ভাৰতৰ জনসংখ্যা ১৪২ কোটি ৮৬ লাখৰ বিপৰীতে চীনৰ জনসংখ্যা […]