Posted inঅসম

ডাকঘৰত একাউন্ট আছে নেকি আপোনাৰ আজিৰে পৰা সলনি হৈছে বহ নিয়ম

আজিৰে পৰা সলনি হৈছে ডাকঘৰৰ বহুকেইটা আঁচনি। গ্ৰাহকে এতিয়াৰ পৰা নতুন নিয়ম অনুসৰি ‘টাইম ডিপজিট একাউণ্ট’ বনাব লাগিব। ইয়াৰ উপৰি আপুনি জ্যেষ্ঠ নাগৰিক ছেভিংছ স্কিম আৰু মাহেকীয়া আয় স্কিমত বিনিয়োগ কৰিবলৈ ছেভিংচ একাউণ্ট বা বেংক একাউণ্ট খুলিব লাগিব। ইয়াৰ আগতে, ইণ্ডিয়া পোষ্ট (India Post) পেমেণ্ট বেঙ্কত সীমাহীন বিনামূলীয়া লেনদেনৰ সুবিধা আছিল। কিন্তু এতিয়াৰ পৰা গ্ৰাহকে […]