নিউজ ডেস্ক : ব্যৱসায়ীক ভিত্তিক কুকুৰা পালনৰ জৰিয়তে এক ভাল উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ এগৰাকী মহিলা। ডিব্ৰুগড়ৰ খোৱাঙৰ নয়নমনী সোনোৱাল নামৰ মহিলা গৰাকীয়ে কুকুৰা পালনৰ জৰীয়তে মাহে ৫০ হাজাৰ টকাতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। খোৱাং উন্নয়ণ খণ্ডৰ লেঙেৰী গাওঁ পঞ্চায়তৰ পাহী আত্মসহায়ক গোটৰ সদস্যা নয়নমনী সোনোৱালে চলিত বৰ্ষৰ জানুৱাৰী মাহত […]